দিল্লীৰ CJP protestকে ধৰি শেহতীয়াকৈ শেহতীয়াকৈ ভিন্ন সময়ত সাংবাদিকৰ ওপৰত হোৱা নিৰ্যাতন, ডিজিটেল মিডিয়াৰ প্ৰতি কৰা আশোভনীয় ব্যৱহাৰৰ প্ৰতিবাদ আৰু গুৱাহাটীত এগৰাকী অধিবক্তাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত আলোচনা আৰু আমাৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰিবলৈ ১৭ অক্টোবৰ, শনিবাৰে দিনৰ ১০ বজাত গুৱাহাটী প্ৰেছ ক্লাৱ চৌহদত এঘণ্টাৰ বাবে সাংবাদিক সকল সমবেত হ’ব। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকিবলৈ আপোনাকলোক সকলোকে অনুৰোধ জনোৱা হ’ল।
